assamese love shayari | Love shayari in assamese for girlfriend

0

assamese love shayari | Love shayari in assamese for girlfriend

assamese love shayari | Love shayari in assamese for girlfriend

ফুল যদি পাৰে ভালপোৱা শিক্ষাব। জোনে যদি পাৰে ৰাতি জগাব। ডাৱৰে যদি পাৰে বৰষুণ দিব। তুমি কি নোৱাৰিবা মোক ভালপাব।

──────────────────────────━❥

অসমীয়া ৰোমাণ্টিক বাক্য

যেতিয়া তোমাক কোনোবাই সত্যিকাৰৰ ভালপোৱা যাছে। তাক সন্মান কৰিব শিকা। কোনো কাৰণতে এৰিযাব নিদিবা। কাৰণ আজি তুমি যি সহজে পাইছা, হয়তো কালি হেজাৰ কান্দিলেও নাপাবও পাৰা।

──────────────────────────━❥

মই নাজানো মই তোমাক কিমান ভাল পাওঁ। কিন্তু এটা কথা জানো যে মই তোমাক মোৰ জীৱনৰ পৰা বেছি ভাল পাও। মোৰ জীৱন অকল তোমাৰ বাবেই।

──────────────────────────━❥

ঘৰ সজাম পোহৰ দি, মন সজাম প্ৰেম দি, দুচকু সজাম সপোন দি, দুহাত সজাম মেহেন্দী দি, আৰু তোমাক সজাম মোৰ ভালপোৱা দি।

──────────────────────────━❥

Assamese shayari sad love photo

মই নাজানো যে মই এতিয়া তোমাৰ লগত কত ৰৈ আছো। মই নাজানো যে মই তোমাৰ কাষত কিমান গুৰুত্বপূৰ্ণ। মাত্ৰ এটা কথা জানো যে তোমাৰ লগত আৰু বহু বাট বগাব লাগিব জীৱনৰ শেষ ঘড়ী লৈকে।

──────────────────────────━❥

সূর্য দিনৰ আকাশত হাহি থাকে আৰু জুনে ৰাতিৰ আকাশত হাহে। কিন্তু তুমি মোৰ মনৰ আকাশত প্ৰতিটো মুহূৰ্ততে হাহি থাকা।

──────────────────────────━❥

মই সেই পাখী যাৰ কোনো বাহ নাই। মই সেই আকাশ যাৰ মাজত কোনো তৰা নাই। মই সেই নদী যাৰ বুকুত পানী নাই । মই সেই মানুহ যাৰ এটা হৃদয় আছে কিন্তু তাৰ কোনো বন্ধু নাই।

──────────────────────────━❥

অসমীয়া caption for love

মই তোমাক বহুত ভালপাব বিচাৰোঁ তাৰ বিনিময়ত মই তোমাৰ পৰা একো নিবিচাৰো। বিচাৰো মাথো তোমাৰ হৃদয়ৰ মাজত অলপ ঠাই যত থাকি মই গোটেই জীৱন ভালপাব পাৰো।

──────────────────────────━❥

ভালপোৱা দুটা হৃদয়ৰ মাজৰ বন্ধন, পৃথিৱীত জীয়াই থাকিবৰ বাবে জীৱনৰ মাজত ভালপোৱা থকাটো উচিত।

──────────────────────────━❥

এটাই কথাই জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হলেও সময় উলিয়াবাই

──────────────────────────━❥

Assamese shayari sad

কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আপোনাৰ সময় আৰু গুৰুত্ব

──────────────────────────━❥

ভালপোৱা আজীৱন জীয়াই থাকে, কেতিয়াবা কবিতা হৈ, কেতিয়াবা স্মৃতি হৈ

──────────────────────────━❥

ফেচবুকত ৰিলেচনশ্বিপ দিয়া প্ৰেমিকা নালাগে মোক, “ঘৰত নিদিলে পলাই গুচি যাম” বুলি কোৱা এগৰাকীহে লাগে ।

──────────────────────────━❥

অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা নামেই হল প্ৰকৃত ভালপোৱা।

──────────────────────────━❥

Assamese shayari text

প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া, গুণবোৰক খুচৰি থকা হয় তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায়

──────────────────────────━❥

তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব

──────────────────────────━❥

এটা সত্যিকাৰৰ ভালপোৱাই এটা অসহায় জীৱনক নতুন ৰূপ দিব পাৰে। এটা মিছা ভালপোৱাই এটা সুন্দৰ জীৱনক ধ্বংস কৰিব পাৰে।

──────────────────────────━❥

Assamese love shayari lyrics

মই নাজানোঁ ভালপোৱা কি, ভালপোৱা কাক বুলে।
মাত্ৰ এটা কথাই জানো যে মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম। তুমি মোৰ জীৱন মৰণ। আই লাভ ইউ।

──────────────────────────━❥

প্ৰেম হৈছে এনে এক পৰিস্থিতি য’ত আন এজন ব্যক্তিৰ সুখ আপোনাৰ নিজৰ বাবে অপৰিহাৰ্য

──────────────────────────━❥

তোমাক কিমান ভালপাওঁ সেয়া ভাষাৰে বুজাব নোৱাৰো, কেৱল তুমি মাথো মোৰ হোৱা সেয়াই বিচাৰো।

──────────────────────────━❥

জীৱনৰ আৱেগিক status

প্রেম ভালপোৱা জীৱনত বহুবাৰ হ’ব পাৰে, কিন্তু সঁচা ভালপোৱা জীৱনত এবাৰে হয় যাক অন্তৰৰ পৰা কেতিয়াও মচিব নোৱাৰি।

──────────────────────────━❥

কাৰোবাক ভালপাওঁ বুলি ক’বলৈ সময় নালাগে, কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱন লাগে।

──────────────────────────━❥

মোৰ সুখী জীৱনৰ প্ৰতিটো কাৰণ, প্ৰতিটো আশা, প্ৰতিটো সপোন.. মাথোঁ তুমি

Post a Comment

0Comments

plz do not enter any spam link in the comment box

plz do not enter any spam link in the comment box

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !